skip to Main Content

ক’ভিড ভেকচিন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান


ক’ভিড ভেকচিন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰিলে গুৰুত্বপূৰ্ণ ৰায়দান।কোনেও বাধ্য কৰাব নোৱাৰিব ভেকচিন ল’বলৈ।ভেকচিনৰ পাশ্বক্ৰীয়া সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশৰ নিৰ্দেশ দিলে কেন্দ্ৰক,লগতে ভেকচিন নোলোৱা লোকক ৰাজহুৱা স্হানত কোনো ধৰণৰ বাধা প্ৰদান কৰিব নোৱাৰিব।

Back To Top