skip to Main Content

ক’ভিড মুক্ত হ’ল কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ।


লতা দিদিৰ অনুৰাগীসকললৈ সু-খবৰ।কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ বৰ্তমান ক’ভিডমুক্ত।ক’ভিড মহামাৰিৰ পৰা মুক্ত হোৱাৰ উপৰিও নিউমোনিয়া ৰোগকো হৰুৱাবলৈ সক্ষম হৈছে ৯২ বছৰীয়া গায়িকাগৰাকীয়ে।মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে সংবাদ মাধ্য়মৰ আগত এই সু-খবৰটো জনাই।যোৱা ৮ জানুৱাৰীৰ পৰা চিকিৎধীন হৈ আছিল কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ।

Back To Top