skip to Main Content

ক’ৰণাত আক্ৰান্ত ৭ জনকৈ ভাৰতীয় ক্ৰিকেটাৰ।


ক’ৰণাত আক্ৰান্ত হৈছে ৭ জনকৈ ভাৰতীয় ক্ৰিকেটাৰ।টীম ইণ্ডিয়াৰ ৭জনকৈ ক্ৰিকেটাৰৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ।অপেনাৰ শিখৰ ধাৱান,ৰিতুৰাজ গাইকৱাড়,শ্ৰেয়াছ আয়াৰ,নৱদ্বীপ চাইনী,ফিল্ডিং প্ৰশিক্ষক টি দিলীপ,বিষয়া বি. লোকেশ,আৰু থেৰাপীষ্ট ৰাজীৱ কুমাৰ।

Back To Top