skip to Main Content

খানাপাৰাত উদ্ধাৰ এটি শিশুৰ মৃতদেহ


মানৱ সমাজক লজ্জাজনক কৰা এক ঘটনা সংঘটিত হৈছে খানাপাৰাস্হিত পশু চিকিৎসা মহাবিদ্যালয় চৌহদত।তাত উদ্ধাৰ এটি কণ্যা শিশুৰ মৃতদেহ।কোনো লোকে পেলাই থৈ যোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ।ঘটনা স্হলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Back To Top