skip to Main Content

গুলীয়াই হত্যা পাঞ্জাৱী কণ্ঠশিল্পী সিদ্ধু মুজেৱালক


গুলীয়াই হত্যা পাঞ্জাৱী কণ্ঠশিল্পী সিদ্ধু মুজেৱালক।নিৰাপত্তা প্ৰত্যাহাৰৰ এটা দিনৰ পিছতেই হত্যা কৰা হ’ল কণ্ঠশিল্পী গৰাকীক।নিৰ্বাচনত কণ্ঠশিল্পী গৰাকীয়ে কংগ্ৰেছৰ হৈ যুজ দিয়াৰ লগতে ৰেপ গানেৰে সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল কণ্ঠশিল্পী গৰাকী।

Back To Top