skip to Main Content

গুৱাহাটীত দুদিনীয়া চকা বন্ধৰ প্ৰভাৱ


অসম মটৰ শ্ৰমিক সংগঠনে কেইবাটাও দাবীৰে চকাবন্ধ ঘোষণা কৰে। চকাবন্ধৰ কাৰ্যসূচীৰ বাবে বন্ধ হৈ পৰিছে ৰাজহুৱা বাহনসমূহ। মহানগৰীৰ বিভিন্ন প্ৰান্তত চকাবন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে।কেইবাঠাইতো বাছৰ অভাৱৰ ফলত যাত্ৰীসকল ষ্টপেজতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰৈ থাকিবলগীয়া হৈছে।

Back To Top