skip to Main Content

গুৱাহাটীত পুনৰ জব্দ হ’ল ডাগছ।


ৰাজ্যত অব্য়াহত আছে ড্ৰাগছ বিৰোধী অভিযান।গুৱাহাটীত পুনৰ জব্দ হল ড্ৰাগছ।বশিষ্ঠত জব্দ কৰা হ’ল ৫ কিলোগ্ৰাম হেৰ’ইন।এখন বাহনত কঢ়িয়াই অনা হৈছিল হেৰ’ইন খিনি।অতি কৌশলেৰে লুকুৱাই অনা হৈছিল হেৰ’ইন খিনি। ইতিমধ্যে বাহন খনৰ চালকসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Back To Top