skip to Main Content

গুৱাহাটীত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনচং

অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বাবে গুৱাহাটীত উপস্থিত মেঘালয়ৰ মন্ত্ৰীৰ দল। শনিবাৰে গুৱাহাটীত উপস্থিত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনচং । উপ-মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত মেঘালয়ৰ মন্ত্ৰী-বিধায়কৰ দল। অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, অতুল বৰা, উপায়ুক্ত বিশ্বজিত পেগুৰ সৈতে বিবদমান অঞ্চল পৰিদৰ্শন দলটোৰ। গুৱাহাটীৰ বৰপথাৰ, গণেশ নগৰ আৰু পিলিংকটা পৰিদৰ্শন।

Back To Top