skip to Main Content

গুৱাহাটীৰ মেঘদুত ভৱনত চুৰি কাণ্ড


গুৱাহাটীৰ পাণবজাৰস্থিত ডাক বিভাগৰ মুখ্য কাৰ্যালয় মেঘদুত ভৱনত চুৰি কাণ্ড। নিশা ১২ বজাৰ পিছত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। নিশা নিৰাপত্তাৰক্ষী থকা সত্বেও এই চুৰিকাণ্ড সংঘটিত হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

Back To Top