skip to Main Content

গুৱাহাটী মহানগৰীত আত্মহত্যা যুৱকৰ


গুৱাহাটী মহানগৰীৰ হাটীগাঁৱত আত্মহত্যা কৰে ৰাহুল আলি নামৰ এজন যুৱকে।তেওঁ পেছাত এজন ই-ৰিক্সা চালক আছিল।তেওঁৰ ঘৰ বৰপেটাৰ কমলাবাৰিত।কৰ্মসূত্ৰে তেওঁ হাটীগাঁৱৰ এটা ভাড়াঘৰত বসবাস কৰি আছিল।চিপ লৈ আত্মহত্যা কৰা অৱস্হাত উদ্ধাৰ কৰা হয় ৰাহুল আলিক।

Back To Top