skip to Main Content

গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ড।


গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ড।
এইবাৰ খানাপাৰাত উদ্ধাৰ যুৱতীৰ ভৰি।এটা বস্তাত ভৰাই পেলাই থৈ গৈছিল যুৱতীৰ ভৰিখন।খানাপাৰাৰ উৰণীয়া সেতুঁৰ তলত উদ্ধাৰ হৈছে কাটি থোৱা ভৰিখন।ঘটনাস্থলীত উপস্থিত আৰক্ষী।ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Back To Top