skip to Main Content

গুৱাহাটী ৰে’ল ষ্টেচনত ১ কোটি ৪৮ লাখ ৩০ হাজাৰ টকা জব্দ


গুৱাহাটী ৰে’লৱে প্ৰায় জব্দ ১ কোটি ৪৮ লাখ ৩০ হাজাৰ টকা। ৰে’ল আৰক্ষীৰ জালত ৩ জনকৈ লোক।তেজছ এক্সপ্রেছৰে দিল্লীলৈ নিয়াৰ পৰিকল্পনা আছিল ধন খিনি।আগৰতলাৰ পৰা আহিছিল লোক কেইজন ।

Back To Top