skip to Main Content

‘চকুত তৰাৰ নাচোন’ শীৰ্ষক গীতটোৰ ভিডিঅ’ মুকলি কৰে


চকুত তৰাৰ নাচোন’ শীৰ্ষক গীতটোৰ ভিডিঅ’ গুৱাহাটী প্ৰেছক্লাবত শুভমুক্তি মুকলি কৰে।গীতটোত কণ্ঠদান কৰিছে কৃষ্ণাক্ষী দাসে ।উন্মোচন কৰে সংগীত শিল্পী ভদ্ৰকান্ত দাসে।গীতটোৰ কথা ধীৰু ডেকাৰ, সংগীত অহিৰ ভৈৰৱৰ।উপস্থিত থাকে কৃষ্ণাক্ষীৰ গুৰু ৰূপজ্যোতি বৰা, ধনজিতা দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি।

Back To Top