skip to Main Content

চন্দ্ৰপৃষ্ঠত বৰফ আৰু পানীৰ সম্ভেদ!ISROৰ তথ্য প্ৰকাশ।

  • World


চন্দ্ৰপৃষ্ঠত বৰফ আৰু পানীৰ সম্ভেদ পোৱা গৈছে। চন্দ্ৰপৃষ্ঠত আছে বৃহৎ শিলাখণ্ড আৰু আগ্নেয়গিৰি। ISROয়ে প্ৰকাশ কৰিছে এই তথ্য। চন্দ্ৰযান ২য়ে চন্দ্ৰপৃষ্ঠৰ গৱেষণা কৰি ISROলৈ পঠাইছিল ডাটা। চন্দ্ৰযান ২ য়ে ১০০ কিঃ মিঃ পৰা তুলিছিল চন্দ্ৰপৃষ্ঠৰ আলোকচিত্ৰ। আলোকচিত্ৰত ধৰা পৰিছে পাহাৰ আৰু আগ্নেয়গিৰিৰ ছবি। চন্দ্ৰযান ২ৰ আৰ্বিটাৰ পেলোডৰ অনুসন্ধানত প্ৰকাশ তথ্য। চন্দ্ৰযান ২ৰ IIRAয়ে চন্দ্ৰপৃষ্ঠত পাইছে হাইড্ৰক্সাইল আৰু ৱাটৰ- আইচৰ উপস্থিতি।

Back To Top