skip to Main Content

জম্মু-কাশ্মীৰৰ পুঞ্চত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰৰ পুঞ্চত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। সংঘৰ্ষত এজন জিঅ’চিসহ ৫ সৈনিক শ্বহীদ। বৰ্তমানো অঞ্চলটোত অব্যাহত আছে সংঘৰ্ষ। চাৰি সন্ত্ৰাসবাদীৰ এটা দলে সীমা পাৰ হৈ প্ৰৱেশ কৰে পুঞ্চত। পুঞ্চত প্ৰৱেশৰ পাছতেই সেনা-সন্ত্ৰাসবাদীৰ মাজত আৰম্ভ হয় সংঘৰ্ষ। সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছিল ৫ জনকৈ সেনা। আটাইকেইজনক হাস্পতাললৈ নিয়া হয় যদিও তাতেই শেষ নিশ্বাস ত্যাগ কৰে।

Back To Top