skip to Main Content

জাপানীজ এনকেফেলাইটিছৰ ফলত ৰাজ্যত ৪৪ জনৰ মৃত্যু

অসমত পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে। বৰ্তমানলৈ ২৭৪ জন আক্রান্ত আৰু ৪৪ জনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে বিগত ২৪ ঘণ্টাত ৩জনৰ মৃত্যু হৈছে।

Back To Top