skip to Main Content

তৃণমূল কংগ্ৰেছত যোগদান কৰি অসম প্ৰদেশৰ সভাপতি ৰূপে নিযুক্ত হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত ৰিপুণ বৰা


তৃণমূল কংগ্ৰেছত যোগদানৰ পিছত আজি প্ৰথমবাৰৰ বাবে তৃণমূল কংগ্ৰেছৰ নেতা হিচাপে  বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা। তৃণমূল কংগ্ৰেছত যোগদান কৰি অসম প্ৰদেশৰ সভাপতি ৰূপে নিযুক্ত হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হয় ৰিপুণ বৰা।বিমানবন্দৰতে ৰিপুণ বৰাক উষ্ম আদৰণি জনাই তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীয়ে। ৫ শতাধিক মানুহে বৰঝাৰ বিমানবন্দৰত আদৰণি জনায় ৰিপুণ বৰাক।

Back To Top