skip to Main Content

দীৰ্ঘদিনৰ পিছত আজি খুলিছে শিক্ষানুষ্ঠানৰ দুৱাৰ।

  • Assam


আজিৰ পৰা আৰম্ভ হ’ল দশম শ্ৰেণীৰ পাঠদান।প্ৰতিটো শ্ৰেণীকোঠাত থাকিব ৩০জনকৈ ছাত্ৰ–ছাত্ৰী।ছেনিটাইজেশ্যন কৰা হ’ল বিদ্যালয়ৰ শ্ৰেণীকোঠা। পৰ্যায়ক্ৰমে খুলিব আন আন শ্ৰেণীসমূহো।

Back To Top