skip to Main Content

দেশজুৰি আকৌ হব নেকি নাইট কাৰ্ফিউ?

কেন্দ্ৰীয় চৰকাৰে অ’মিক্ৰণ বিষয়ত ৰাজ্যসমূহলৈ কৰিছে পত্ৰ প্ৰেৰণ। ৱাৰ ৰুম সাজু কৰি ৰাখিবলৈ কেন্দ্ৰই ৰাজ্যসমূহক নিৰ্দেশ দিছে।ডেল্টা ভাইৰাছতকৈ ৩ গুণ বেছি সংক্ৰামক অ’মিক্ৰণ। ১০% তকৈ অধিক সংক্ৰমণ ঘটিলেই ঘোষণা কৰা হ’ব কণ্টেইনমেণ্ট জ’ন।

Back To Top