skip to Main Content

দেশবাসীলৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সকাহ


দেশবাসীলৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সকাহ।আজিৰে পৰা কম মূল্যতে ক্ৰয় কৰিব পাৰিব পেট্ৰ’ল তথা ডিজেল।আজিৰে পৰা হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।প্ৰতি লিটাৰ পেট্ৰ’লত ৯.৫০ টকা হ্ৰাস আৰু প্ৰতি লিটাৰ ডিজেলত হ্ৰাস পালে ৭টকাকৈ।বিত্তমন্ত্ৰীৰ ঘোষণাৰ পিছতে দেশবাসীলৈ সকাহ।

Back To Top