skip to Main Content

দ্বিতীয় বাৰৰ বাবে গুৱাহাটী মহানগৰৰ মেয়ৰ মৃগেন শৰণীয়া


গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচিত হ’ল মৃগেন শৰণীয়া।মঙলবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ঘোষণা কৰে মেয়ৰ মৃগেন শৰণীয়াৰ নাম। দ্বিতীয় বাৰৰ বাবে গুৱাহাটী মহানগৰৰ মেয়ৰ তথা পৌৰপতি নিৰ্বাচিত হয় মৃগেন শৰণীয়া। লগতে ডেপুটী মেয়ৰ ৰূপে ঘোষণা কৰে স্মিতা ৰয়ৰ নাম।

Back To Top