skip to Main Content

দ্ৰুতগতিত বহন চলালে ভৰিব লাগিব ২০০০ টকা

  • Assam

ৰাজ্যত অত্যধিক পথ দুৰ্ঘটনা কমাবলৈ সষ্টম হৈ পৰিছে অসম আৰক্ষী।নিৰ্ধাৰিত গতিৰ সীমা বজাই ৰাখিবলৈ পৰিবহন বিভাগে সতৰ্ক কৰি দিছে, অত্যাধিক দ্ৰুত গতিত বাহন চলালে অতি কমেও ৩ মাহৰ বাবে বাতিল হ’ব আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ ।  ইয়াৰ লগতে নিম্নতম ২ হাজাৰ টকা জৰিমনাও বিহা হ’ব। মানুহক ঘন কুঁৱলীত গাড়ী চলোৱা পৰিহাৰ কৰিবলৈ আহ্বান জনাই। ২০২০ বৰ্ষৰ পৰিবহণ বিভাগৰ তথ্য অনুসৰি, কুঁৱলীৰ বতৰত পথ দুৰ্ঘটনাৰ ফলত মুঠ ৪০১ গৰাকী লোকৰ মৃত্যু হৈছিল।

 

Back To Top