skip to Main Content

ধ্বংসৰ গড়াহত ঐতিহ্যমণ্ডিত দীপৰ বিল

ক্ৰমে ধ্বংসৰ ফালে আগবাহিছে ঐতিহ্যমণ্ডিত দীপৰ বিল।১৫টাকৈ বনৰীয়া হাটী,আৰু অসংখ্য জীৱ জন্তুৰ মৃত্যু।বিলৰ সমীপৰ ড্ৰাম্পিং গ্ৰাউণ্ডত নিতৌ শ শ টন যাবৰ পেলোৱা হয়।যাৰ ফলত সমগ্ৰ ঠাইখিনি দূষিত হৈ পৰিছে।সেই যাবৰ আহি দিপৰ বিলত পৰে তাৰ ফলত বিষাক্ত হৈ পৰে সমগ্ৰ পৰিবেশ।

Back To Top