skip to Main Content

ধৰ্মীয় মাদ্ৰাছাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

আজি ধৰ্মীয় মাদ্ৰাছা সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এক ডাঙৰ মন্তব্য। যদি কোনো মাদ্ৰাছাৰ বিৰুদ্ধে প্ৰমাণ পোৱা যায় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত মাদ্ৰাছা ইতিমধ্যে ছিল কৰা হৈছে।

Back To Top