skip to Main Content

নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

  • Assam

নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।নুনমাটি বাছ ষ্টেণ্ডৰ ওচৰত থকা এখন চাহৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। চিলিণ্ডাৰ বিস্ফোৰিত হৈ অগ্নিকাণ্ড সংঘটিত । সম্পূৰ্ণৰূপে ভষ্মীভূত চাহ দোকানখন।স্থানীয় লোকৰ তৎপৰতাত আৰু স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ কেইবাঘণ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

Back To Top