skip to Main Content

পঞ্জাৱৰ লুধীয়ানাত জিলা আদালতৰ চৌহদৰ ভিতৰত সংঘটিত হৈছে বোমা বিস্ফোৰণ

বৃহস্পতিবাৰে দুপৰীয়া ১২-২২ বজাত সংঘটিত হোৱা এই বিস্ফোৰণত দুজন নিহত আৰু ৪ জন আহত হৈছে। এটা স্নানাগাৰৰ ভিতৰত এই বিস্ফোৰণ সংঘটিত হৈছিল। আদালতৰ চৌহদৰ বিল্ডিঙৰ দ্বিতীয় মহলাত সংঘটিত হৈছে বিস্ফোৰণ, আদালত কমপ্লেক্সটো আছিল ডি চি অফিচৰ কাষত।

Back To Top