skip to Main Content

পল্টন বজাৰৰ কে কে হোটেলত কৰ্মচাৰীৰ আত্মহত্যা।


পল্টন বজাৰৰ কে কে হোটেলত এজন কৰ্মচাৰীয়ে আত্মহত্যা কৰে।হোটেল খনৰ দ্বিতীয় মহলাত আত্মহত্যা কৰে কৰ্মচাৰীজনে।কৰ্মচাৰীজনৰ নাম লতিফুৰ ৰহমান।১৭বছৰ ধৰি হোটেলখনত মেনেজাৰ হিচাপে কৰ্মৰত আছিল লতিফুৰ।আত্মহত্যাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।নিশা ১বজাত প্ৰতক্ষ্য কৰে হোটেল কতৃপক্ষই।

Back To Top