skip to Main Content

পাকিস্তানৰ নৱ নিযুক্ত প্ৰধানমন্ত্ৰীৰ পত্ৰ প্ৰেৰণ মোদীলৈ

পাকিস্তানৰ নৱ নিযুক্ত প্ৰধানমন্ত্ৰীয়ে পত্ৰ প্ৰেৰণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ।পাকিস্তানৰ সৈতে ভাৰতৰ শান্তিপূৰ্ণ সম্বন্ধ হব লাগে বুলি উল্লেখ আছে পত্ৰ খনত।শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত পাকিস্তান চৰকাৰ প্ৰতিজ্ঞাবদ্ধ।ইতিমধ্যে মোদীয়ে টুইটযোগে শুভেচ্ছা জনাইছিল পাকিস্তানৰ নৱ নিযুক্ত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক।মোদীৰ টুইটৰ পিছতে পত্ৰ প্ৰেৰণ কৰে শ্বাহবাজ শ্বৰীফে।

Back To Top