skip to Main Content

পি এছ অ প্ৰত্যাহাৰ বিজেপি নেতাৰ

  • Assam

এটা দিনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পি এছ অ সংস্কৃতি নাইকিয়া কৰাৰ পোষকতা কৰিছিল। ৰাইজৰ মানুহক পি এছ অ কি লাগে। আমি নিজৰ গাড়ীৰ দৰ্জা নিজেই খুলিব পাৰিম। মুখ্যমন্ত্ৰীয়ে কৰা আহ্বান ৰক্ষা কৰি বৰাকৰ বিজেপিৰ কৰিমগঞ্জ জিলাৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই প্ৰত্যাহাৰ কৰিলে পি এছ অ।

Back To Top