skip to Main Content

পুনৰ ক’ৰণাৰ আতংক। GMCHত বাধ্যতামূলক হ’ল মাক্স

এতিয়াৰে পৰা GMCHত বাধ্যতামূলক হ’ল মাক্স।ৰোগী,কৰ্মচাৰী সকলোৱে পৰিধান কৰিব লাগিব মাস্ক।GMCH চৌহদত প্ৰৱেশ কৰা প্ৰত্যেকজন লোকৰ বাবে বাধ্যতামূলক মাস্ক।সকলোকে ভেকচিন লোৱাৰ আহ্বান GMCHৰ অধীক্ষকৰ।

Back To Top