skip to Main Content

পূবত্তোৰ প্ৰদেশীয়া মাৰৱাড়ী যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহুৰ আয়োজন কৰা হৈছে


পূবত্তোৰ প্ৰদেশীয়া মাৰৱাড়ী যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহুৰ আয়োজন কৰা হৈছে।১৬-১৭ এপ্ৰিলত লুইতপৰীয়া বিহু সন্মিলনে ৰঙালী বিহুৰ আয়োজন কৰিব।সাহিত্য-সাংস্কৃতিক খণ্ডত আগবঢ়াই অহা অৱদানৰ বাবে বহু বিশিষ্ট লোকক সম্বৰ্ধনা জনোৱা হ’ব।এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।দুদিনায় বৰ্ণাঢ্য কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী,মন্ত্ৰী অশোক সিংঘাল,সাংসদ কুইন ওজা,আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্ৰাচাৰ্যা।

Back To Top