skip to Main Content

প্ৰতিবাদমুখী হৈ পৰিছে মণিপুৰ

মণিপুৰত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। মণিপুৰ বিধানসভাত ADC বিল উত্থাপন কৰিবলৈ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ। বিগত ৩ দিন ধৰি ৰাজ্যখনত সংঘৰ্ষময় পৰিস্থিতিৰ উদ্ভৱ হৈছে।

Back To Top