skip to Main Content

পৰীক্ষা পিছুৱাবলৈ তৰা আবেদন খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে

  • Assam


২১ ফেব্ৰুৱাৰীৰ পৰা হব লগা APSC ৰ CCE মূল পৰীক্ষা পিছুৱাবলৈ তৰা আবেদন খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে । ২১, ২২, ২৩ আৰু ২৭ ফেব্ৰুৱাৰীত হ’ব APSC ৰ মূল পৰীক্ষা ।UPSC  পৰীক্ষাৰ লগত ২৭ ফেব্ৰুৱাৰীত একেলগে APSC ৰ মূল পৰীক্ষা অনুষ্ঠিত হ’ব।

Back To Top