skip to Main Content

বছৰৰ শেষৰ ফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ


ভাৰতে টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে এখন খেলৰ সৈতে অভিযান আৰম্ভ কৰিব৷ এই বছৰৰ শেষৰ ফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ৷ প্ৰতিযোগিতাৰ সময়সূচী ঘোষণা কৰা হয় বৃহস্পতিবাৰে৷ ২২ অক্টোবৰত নিউজিলেণ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মুখামুখি হ’ব চিডনীত৷ ছুপাৰ ১২ ৰ দ্বিতীয় গ্ৰুপত থাকিব ভাৰতৰ সৈতে পাকিস্তান, দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশ৷

Back To Top