skip to Main Content

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস

আজিৰে পৰা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে। ৩৬ টকা মূল্য হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ। ঘৰুৱা চিলিণ্ডাৰৰ মূল্য এতিয়াও হ্ৰাস পোৱা নাই।

Back To Top