skip to Main Content

বানমুক্ত অসম গঢ়াৰ দিশে বিজেপি চৰকাৰ


বানমুক্ত অসম গঢ়াৰ দিশে বিজেপি চৰকাৰ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিব জিয়াভৰলী নদীৰ খনন প্ৰক্ৰিয়া। পৰীক্ষা মূলকভাৱে জিয়াভৰলীতে প্ৰথম এই খনন কাৰ্য্য আৰম্ভ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। বানপানী প্ৰতিৰোধত কিমান সহায়ক হব তাৰ বাবে অসমৰ চাৰিটা উপনদীত খনন কাৰ্য্য আৰম্ভ কৰিব।

Back To Top