skip to Main Content

বানৰ ফলত ক্ষতিগ্ৰস্ত দক্ষিণ শালমাৰাৰ কৃষক

Assam Flood

ৰাজ্যৰ প্ৰথমটো বানত দক্ষিণ শালমাৰা – মানকাচৰ জিলাৰ ৯৪খন গাঁৱৰ কৃষক বিপুল ক্ষতিগ্ৰস্ত। প্ৰায় ৪৪০০ কৃষক পৰিয়ালৰ ১০৯৭ হেক্টৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি। উল্লেখযোগ্য যে বানবিধস্ত অঞ্চল কেইটাৰ লোকসকল মুলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল।

Back To Top