skip to Main Content

বাসগৃহলৈ গৈ নাপালে ৰাজকন্যাক আৰক্ষীয়ে।

ৰাজকন্যা বৰুৱাক দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ।আজিৰ দিনটোৰ ভিতৰতে থানাত হাজিৰ হ’ব লাগিব ৰাজকন্যা।আৰক্ষীয়ে ৰাজকন্যাৰ বাসগৃহলৈ গৈ নাপালে তেওঁক।তাৰপাছতে এই নিৰ্দেশ দিছে আৰক্ষীয়ে।সম্প্ৰতি জিএনআৰচি হাস্পতালত চিকিৎসাধীন ৰাজকন্যা বৰুৱা।

Back To Top