skip to Main Content

বাৰ্মিংহামত পুনৰ উৰিল ভাৰতীয় পতাকা

কমনৱেলথ গেমছত ভাৰতৰ পুনৰ জয়লাভ। বেডমিণ্টন খেলত ভাৰতীয় খেলুৱৈ ‘লক্ষ্য সেন’ৰ স্বৰ্ণপদক লাভ। ইয়াৰ লগে লগে ভাৰত পদক অর্জনৰ তালিকাত বিশ্বৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়।

Back To Top