skip to Main Content

বিদ্যুৎস্পৃষ্ট হৈ একেলগে তিনি শ্ৰমিকৰ কৰুণ মৃত্যু।

  • Assam


বিদ্যুৎস্পৃষ্ট হৈ একেলগে কৰুণ মৃত্যুক সাৱতিলে তিনি শ্ৰমিকে।ওডালগুৰিৰ কালাঝাৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো।আন দুজন শ্ৰমিকৰ অৱস্থা সংকটজনক।দলং নিৰ্মাণৰ কামত নিয়োজিত আছিল আটাইকেইজন শ্ৰমিক।

Back To Top