skip to Main Content

বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত তালিবানৰ নতুন নিয়ম

  • World


বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত তালিবানৰ নতুন নিয়ম। আফগানিস্তান দখল কৰাৰ পিছতেই দেশখনত আৰম্ভ তালিবানী শাসন। আফগান লোকসকলৰ বাবে তালিবানে বান্ধি দিছে বিভিন্ন নীতি-নিয়ম। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত তালিবানৰ নতুন নিয়ম। এতিয়াৰেপৰা আফগানিস্তানত ল’ৰা আৰু ছোৱালীৰ মাজত পৰ্দা আঁৰি বিশ্ববিদ্যালয়ত পাঠদান কৰিব লাগিব।

Back To Top