skip to Main Content

বিহুত দিনা ১২ বজাৰ পৰা কাৰ্ফিউ দিবলৈ আহ্বান চৰকাৰক


ভোগালীৰ প্ৰাকক্ষণত ৰাজ্য  চৰকাৰে জাৰি কৰা নতুন SOPক লৈ এতিয়া প্ৰতিজন অসমীয়া বিপাঙত।এই ক্ষেত্ৰত সোমবাৰে সংবাদমেল আয়োজন কৰি বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষীয়ে ১০ বজাৰ পৰিৱৰ্তে বিহুত ১২ বজাৰ পৰা কাৰ্ফিউ দিবলৈ আহ্বান জনালে চৰকাৰক ৷একেদৰে পুৱা ৬ বজাৰ পৰিৱৰ্তে পুৱা ৫ বজালৈ কাৰ্ফিউৰ সময়সীমা শিথিল কৰিবলৈ সংবাদমেলৰ জৰিয়তে আহ্বান কৰিলে গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষীয়ে।

Back To Top