skip to Main Content

বৃদ্ধি পালে সুৰাৰ দাম


অসমত পুনৰ বৃদ্ধি সুৰাৰ মূল্য। প্ৰায় ৬৫ শতাংশকৈ বৃদ্ধি পাব সকলো সুৰাৰ মূল্য। ১৫ জুনৰ পৰা সুৰাৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্তকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য যে, ইণ্ডিয়া মেড স্পিৰিটৰ ৰেগুলাৰ ব্ৰেণ্ডৰ বটলত কমেও ৯২ টকাকৈ বৃদ্ধি। জেনেৰেল ব্ৰেণ্ডৰ প্ৰতি বটলত বৃদ্ধি কমেও ৮০ টকাকৈ। এলিজেণ্ট ব্ৰেণ্ডৰ মূল্য প্ৰতি বটলত কমেও ১৪২ টকাকৈ বৃদ্ধি। ক্লাছিক প্ৰিমিয়াম ব্ৰেণ্ডৰ সুৰাৰ মূল্য প্ৰতি বটলত কমেও ৩৫০ টকাকৈ বৃদ্ধি। ৰাজ্যৰ আবকাৰী বিভাগে এই সন্দৰ্ভত শুকুৰবাৰে প্ৰকাশ কৰিছে এক জাননী।

Back To Top