skip to Main Content

বৃহস্পতি বাৰে সদনত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী আইন৷

  • Assam

বিধানসভাৰ শীতকালীন অধিবেশনৰ চতুৰ্থ দিনা গৃহিত হয় গো- সুৰক্ষা আইনখন৷ এই আইনখনৰ জৰিয়তে গো-হত্যা ৰোধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে৷ বাংলাদেশৰ সীমামূৰীয়া জিলালৈ গো-সৰবৰাহ বন্ধ কৰিব এই আইনে। অবৈধ গো-সৰবৰাহ কৰা বাহনৰ মালিকেও শাস্তি পাব লগতে জব্দকৃত বাহন নিলাম কৰিব অসম আৰক্ষীয়ে। এই আইনৰ ফলত কৃষকৰ গো-পালন বন্ধ নহয়। দুগ্ধ উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব গো-সুৰক্ষা সংশোধনী আইনখনৰ। গৰুৰ প্ৰতি হিংসা কম কৰাৰ উদ্দেশ্যে গৃহীত হৈছে এই আইন।

Back To Top