skip to Main Content

ব্যতিক্ৰমী ৰূপত বিধায়ক ৰেকিবুদ্দিন আহমেদ


আজি এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা গ’ল বিধায়ক ৰেকিবুদ্দিন আহমেদক।সকলোৰে লগত একেলগ হৈ জিকিৰ গালে বিধায়ক গৰাকীয়ে।যিহেতু আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ।তেখেতৰ বাসগৃহত উলহ মালহেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱটো।

Back To Top