skip to Main Content

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আন এখন ব্যয়বহুল দলং


ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব এখন ব্যয়বহুল দলং।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৱন্টন কৰি দিছে ৩ হাজাৰ ৪০ কোটি টকা।এই কথা ঘোষণা কৰিলে বিধায়ক হেমাংগ ঠাকুৰীয়াই।পলাশবাৰি আৰু শুৱালকুচি সংযোগী নদীপথত হ’ব দলং।অতি কম দিনৰ ভিতৰত আৰম্ভ হ’ব দলং নিৰ্মাণৰ কাম।

Back To Top