skip to Main Content

ভাৰতীয় জীৱন বীমা নিগমৰ ওপৰত এক সংবাদমেল অনুষ্ঠিত হয়

ভাৰতীয় জীৱন বীমা নিগমৰ ওপৰত এক গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LIC ৰ দৰে ৰাজহুৱা খণ্ডৰ অতি সফল আৰু লাভজনক সংস্হাৰ শ্বেয়াৰ ব্যক্তিগত খণ্ডৰ ওচৰত বিক্ৰী কৰিবলৈ ওলোৱাৰ পৰিপেক্ষীততেই অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।

Back To Top