skip to Main Content

ভুলতে ভোট দিলেও মই ধন্যবাদ বুলিও নক‌ও AIUDFক :মুখ্যমন্ত্ৰী


যি দলৰ নিজৰ বিধায়কৰ উপস্থিত বিশ্বাস নাই সেই দলে বিধায়ক হোটেলত ৰাখিব ।BJP ৰ বিধায়ক সকল ৰাইজৰ মাজত থাকিব।ৰিপুন বৰাই মিঠাই খোৱাইছে ভাল কথা।মোক মিঠাই দিলে ম‌ইও খাম।AIUDF ৰ ভোট মোক নালাগে।ভুলতে ভোট দিলেও মই ধন্যবাদ বুলিও নক‌ও AIUDF ক ।উজনি অসমৰ বুদ্ধিজীৱীয়ে আজমলে অসমৰ নেতৃত্বত লোৱাৰ সন্দৰ্ভত মই একো নক‌ও ।কিন্তু ৰাজহুৱাকৈ কৈছো AIUDF য়ে ভোট দিলেও ধন্যবাদ নিদিও।ৰাজ্যসভাৰ দুয়োখন আসনত আমি জয় হ’ব ।আমাৰ কাম হৈ গৈছে , কংগ্ৰেছৰ বিধায়ক হোটেলত ৰাখিব কাম নাই।৩০ তাৰিখে আমি কিমান ভোট পাম মই কম:মুখ্যমন্ত্ৰী।

Back To Top