skip to Main Content

মহানগৰীৰ চানমাৰিত পথ দুৰ্ঘটনা।


মহানগৰীৰ চানমাৰিৰ মামণি ৰয়চম পথৰ সমীপতে এক দুৰ্ঘটনা সংঘটিত হৈছে।দ্ৰুতবেগত অহা এখন বিলাসী বাহনে খুন্দা মাৰে ডিভাইদাৰত।বিলাসী বাহনখনৰ নম্বৰ- AS01-MA-9009।পথ দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা আঁতৰি যায় বাহনখনৰ আৰোহীসকল।প্ৰত্যক্ষদৰ্শীৰ মতে, দ্ৰুতবেগত আছিল বাহনখন।বাহনখনৰ খুন্দাত চানমাৰী-শিলপুখুৰী পথৰ ডিভাইদাৰৰ বিস্তৰ ক্ষতি।যান-বাহন শাখাৰ আৰক্ষী আহি দুৰ্ঘটনাগ্ৰস্থ বাহনখন লৈ যায় থানালৈ।

Back To Top