skip to Main Content

মহানগৰীৰ পাণ্ডুত অঘটন।

  • Assam

মহানগৰীৰ পাণ্ডুত অঘটন। ৪ জন ছাত্ৰ সন্ধানহীন ব্ৰহ্মপুত্ৰত। টিউচন ৰ পৰা গা ধুবলৈ গৈছিল ব্ৰহ্মপুত্ৰত। ৪ জনেই আছিল জন দশম শ্ৰেণীৰ ছাত্ৰ। পাণ্ডু SRP কাৰ্য্যালয়ৰ সমীপত সংঘটিত হয় এই ঘটনা। স্কুলৰ বেগ, জোতা উদ্ধাৰ হৈছে ঘাটত। পৰিয়ালৰ লোকে চিনাক্ত কৰে বেগ আৰু জোতা।

Back To Top